52
ডিজিটেল ডেস্কঃ Khaleej Timesৰ টুইট মতে ব্যক্তিগত জেট বিমানেৰে অভিনেত্ৰী শ্ৰীদেৱীৰ নশ্বৰদেহ মুম্বাইলৈ অনা হ’ব৷ ইতিমধ্য মৰণোত্তৰ পৰীক্ষা সমাপ্ত হৈছে৷ মৃত্যুৰ প্ৰমাণ পত্ৰৰ বাবে ৰৈ থকা হৈছে৷
.@ManishMalhotra remembers 'iconic superstar' #Sridevihttps://t.co/zah3ccCkYc pic.twitter.com/sy2uRWP1lb