55
মৰিগাঁওঃ বিজ্ঞান জনপ্ৰিয়কৰণৰ দিশত একান্ত প্ৰচেষ্টাৰে নিৰলস সাধনা কৰি অহা অসম বিজ্ঞান সমিতিৰ মৰিগাঁও শাখাৰ উদ্যোগত বুৰগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত জগত ৰয়ৰ একান্ত প্ৰচেষ্টাত গোটেই দিনজোৰা কাৰ্যসূচীৰে ২৫ ফেব্ৰুৱাৰীত নিয়াৰিকৈ সম্পন্ন হয় আকাশ দৰ্শন আৰু বিজ্ঞান জনপ্ৰিয় বক্তৃতা অনুষ্ঠান তথা জোতিৰ্বিজ্ঞান পৰ্যালোচনা।
