57
ডিজিটেল ডেস্কঃ বলিউড জগতক চন্দ্ৰমাহীন কৰি থৈ দেওবাৰে ডুবাইত ভতিজাকৰ বিয়া খাবলৈ গৈ মৃত্যুবৰণ কৰা দেশৰ প্ৰথমগৰাকী চুপাৰষ্টাৰ শ্ৰীদেৱীৰ নশ্বৰ দেহ সোমবাৰে মুম্বাইলৈ লৈ অনা হ’ব। মুম্বাইতে শ্ৰীদেৱীৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।
12:35 AM চুপাৰষ্টাৰ শ্বাহৰুখ খান শ্ৰীদেৱীৰ গৃহত উপস্থিত হৈ পৰিয়ালক সমৱেদনা জ্ঞাপন কৰে৷