Home ৰাজনীতিকোন হ’ব ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

কোন হ’ব ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

by News Desk
98 views
A+A-
Reset

গুৱাহাটীঃ উত্তৰ পূৰ্বাঞ্চলত গেৰুৱা পতাকা উৰাৰ সময়তেই ত্ৰিপুৰাত বিজেপিৰ মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ চৰ্চা আৰম্ভ হৈছে৷ ত্ৰিপুৰৰা নিৰ্বাচনৰ ফলাফল বিজেপিৰ দিশে আগবঢ়াৰ লগে লগে মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ আৰম্ভ হৈছে চৰ্চা৷ জানিব পৰা মতে, দিল্লীত শনিবাৰ সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব৷ সংসদীয় বৈঠকত এই কথা আলোচনা হ’ব বুলি ভবা হৈছে।

প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপিৰ সভাপতি অমিত শ্বাহ উপস্থিত থাকিব৷ আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে ত্ৰিপুৰাত বাহৰ পাতি ৰাজ্যৰ নেতাসকলৰ সৈতে ভোট গণনাৰ প্ৰতিটো খবৰ লোৱাৰ লগতে সংবাদ মেল অনুষ্ঠিত কৰি অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0