97
শ্বিলংঃ মেঘালয়ত কংগ্ৰেছ-১৭ খন এনপিপি-৮ আৰু বিজেপি-৫ খন আসনত আগবাঢ়ি আছে লগতে কংগ্ৰেছে ৫ খন, ইউডিপি-৪ আৰু এনপিপি-৫ আসনত জয়ী হয়৷ আনহাতে, মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমাই বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী হয়৷
#MeghalayaElection2018: Congress candidate & CM #MukulSangma wins both Ampati, Songsak seats.#PollsWithAIR pic.twitter.com/YzsadQbafC