Home ৰাজনীতিকংগ্ৰেছ-২১, এনপিপি-১৯, মেঘালয়ত এনপিপি, বিজেপি আৰু নিৰ্দলীয়ই গঠন কৰিব চৰকাৰ

কংগ্ৰেছ-২১, এনপিপি-১৯, মেঘালয়ত এনপিপি, বিজেপি আৰু নিৰ্দলীয়ই গঠন কৰিব চৰকাৰ

by News Desk
88 views
A+A-
Reset

শ্বিলংঃ সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই শনিবাৰে উত্তৰ পূৰ্বাঞ্চলৰ তিনিওখন ৰাজ্যৰ ফলাফল জনসাধৰণৰ মাজলৈ আহে৷মেঘালয়ত কংগ্ৰেছে ২১ খন, এনপিপিয়ে ১৯ খন, বিজেপিয়ে ২ খন আৰু অন্যান্যই ৮ খন আসন লাভ কৰে৷ বহু প্ৰত্যাশিত উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ভোটগণনা শনিবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে। পুৱা ৮ বজাৰ পৰা নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে।

ত্ৰিপুৰাত মুঠ ২৯২গৰাকী, মেঘালয়ত ৩৭২গৰাকী আৰু নাগালেণ্ড ১৯৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ল শনিবাৰে। মেঘালয়ত কোনো দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ ফলত কোন দলে কাৰ সৈতে লগলাগি চৰকাৰ গঠন কৰিব তাক লৈ চৰ্চা আৰম্ভ হৈছে৷ বিজেপি দলে মাথো ২ খন আসন লাভ কৰিছে যদিও এনপিএফ, বিজেপি আৰু নিৰ্দলীয় মিলি চৰকাৰ গঠন কৰিব বুলি চৰ্চা আৰম্ভ হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0