নতুন দিল্লীঃ নতুন কাৰ্যালয়ত বিজয় উৎসৱ পালন কৰিলে বিজেপিয়ে৷ মোডীৰ নেতৃত্বত বিজয়ৰ ৰথ ৰৈ থাকিব খোজা নাই বিজেপিৰ৷ গোৱা, হিমাচল প্ৰদেশ, গুজৰাট বিধান সভা নিৰ্বাচনত ভাল ফলাফল কৰে বিজেপিয়ে৷
পুনৰ শনিবাৰে ঘোষণা কৰা নিৰ্বাচনত ২৫ বছৰীয়া দলক হৰুৱাই বিজেপিয়ে বাজি মাৰে৷ দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী, মোডীক আদৰণি জনাই সভাপতি অমিত শ্বহে কয়, নৰেন্দ্ৰ মোডী ভাই দেশৰ কোটি কোটি কৰ্ম কৰ্তাৰ তৰফৰ পৰা আপোনাক কব বিছাৰিছো আপোনাৰ সৈতে আমি আছো৷