82
ৰঙিয়াঃ ৰঙিয়া মৰাণজানাৰ কামৰূপ ফুৱেলকে ধৰি প্ৰদূষণ বিয়পোৱা, কৰ্মৰত শ্ৰমিকৰ সুৰক্ষা ব্যৱস্থাৰ হিত ফেক্টৰী সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে বিভিন্ন দাবী উত্থাপন কৰি আজি উত্তৰ কামৰূপ কৃষিভূমি আৰু পৰিবেশ সমিতিয়ে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।