Home ৰাজনীতি২১খন ৰাজ্যৰ আকাশত উৰিছে বিজেপিৰ গেৰুৱা পতাকা, বিৰোধীবিহীন হ’ব নেকি ভাৰতবৰ্ষ

২১খন ৰাজ্যৰ আকাশত উৰিছে বিজেপিৰ গেৰুৱা পতাকা, বিৰোধীবিহীন হ’ব নেকি ভাৰতবৰ্ষ

by News Desk
92 views
A+A-
Reset

ডিজিটেল ডেস্কঃ মোডী ধুমুহাত বিধ্বস্ত হ’ল ত্ৰিপুৰাৰ মাণিক সৰকাৰ নেতৃত্বাধীন বামপন্থী চৰকাৰ৷ বিজেপিয়ে আইপিএফটিৰ সৈতে লগ হৈ ত্ৰিপুৰাত ২৫ বছৰে শাসন কৰি থকা বাওঁ মৰ্চাৰ গাদী ওফৰাই নিৰকুংশ সংখ্যাগৰিষ্ঠতা লাভ কৰে৷ বিজেপিয়ে ইয়াৰ পূৰ্বে ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত দুই শতাংশতকৈ কম ভোট লাভ কৰিছিল৷

কোৱা বাহুল্য, ত্ৰিপুৰাত বিজেপি দলৰ পঞ্চায়ত পৰিষদৰ সদস্য এজনো নাছিল৷ কিন্তু কেন্দ্ৰৰ শাসনকাৰী দল বিজেপিয়ে এইবাৰ মাণিক সৰকাৰৰ ২৫ বছৰ শাসনকাৰী দল চিপিআইএমক তচনচ কৰি বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হয়৷ শণিবাৰে বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা উত্তৰ-পূবৰ আন এখন ৰাজ্য হ’ল নাগালেণ্ড৷ নাগালেণ্ডত মিত্ৰজোঁট দল বিজেপি আৰু এনডিপিপিয়ে নিৰ্বাচনত নিৰকুংশ সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হয় যদিও ৰাজ্যখনত ত্ৰিশংকু বিধানসভা গঠন হয়৷ কিন্তু ভৱিষ্যতৰ চৰকাৰখনত বিজেপি দলৰ অংশগ্ৰহণ নিশ্চিত হৈ পৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0