96
চাবুৱাঃ বিজেপি নেতৃত্বাধীন চৰকাৰৰ সকলো বিভাগতে এতিয়া চৰম অৰাজকতা৷ বৰ বৰ কথাৰে সাধাৰণ জনতাক মোহাচন্ন কৰি ৰখা, ৰাজ্যৰ সফল মন্ত্ৰী বুলি দাবী কৰা হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগটোৰো বৰ্তমান পঁয়ালগা অৱস্থা৷
