Home ৰাজ্যবন্দুকৰ নলীৰ শাসনৰ ওৰ পৰিবনে? উত্তৰ পূৰ্বাঞ্চলত কলা আইনৰ দপদপনি কেতিয়ালৈ

বন্দুকৰ নলীৰ শাসনৰ ওৰ পৰিবনে? উত্তৰ পূৰ্বাঞ্চলত কলা আইনৰ দপদপনি কেতিয়ালৈ

by News Desk
108 views
A+A-
Reset

গুৱাহাটীঃ পুনৰাই সময় বৃদ্ধি কৰা হ’ল ক’লা আইনৰ৷ কেন্দ্ৰীয় চৰকাৰে ৬ মাহৰ বাবে সময়সীমা বৃদ্ধি কৰিলে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ৷ উত্তৰ পূৰ্বাঞ্চলৰ লোকে বছৰ বছৰ ধৰি এই আইনখন বাতিল কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও দিল্লীৰ কেনো এখন চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই৷ ইমানে নহয় মণিপুৰৰ লৌহ মানৱী ইৰম চানু শৰ্মিলাই ১৬ বছৰ অনশন কৰাৰ পিছতো চৰকাৰে এই কলা আইন খন বাতিল নকৰিলে৷ বাৰে বাৰে সময় সীমা বৃদ্ধি কৰি আহিছে চৰকাৰে৷

ইৰম চানু শৰ্মিলা নামৰ এগৰাকী মহিলাই আইনখন প্ৰত্যাহাৰৰ দাবীত আমৰন অনশন কৰি ইতিহাস ৰচে৷ মণিপুৰত একাংশ মহিলাই উলংগ হৈ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ আসাম ৰাইফলছে মণিপুৰী মহিলাক ধৰ্ষণ কৰাৰ বিৰুদ্ধে ৰাজপথত উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰাত বিশ্বত খলকনিৰ সৃষ্টি কৰিছিল৷ ক্ষোভ, বেদনা, অভিমান লৈ উত্তৰ পূৰ্বাঞ্চলবাসীয়ে প্ৰতিবাদ কৰি আহিছে যদিও জনসাধৰণৰ ন্যায় দিবলৈ পক্ষপাতি নহয় চৰকাৰ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0