84
নগাঁওঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষাত পুনৰ এগৰাকী পৰীক্ষাৰ্থীক অসৎ উপায় অৱলম্বন কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰা হয়।
জানিব পৰা মতে, নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ পৰা বহিঃনিৰীক্ষকে অসৎ উপায় অৱলম্বন কৰাৰ অপৰাধত Roll-B18-606 NO.300 নম্বৰৰ পৰীক্ষাৰ্থীগৰাকীক পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰে বুলি বিদ্যালয়খনৰ অধ্যক্ষই জানিবলৈ দিয়ে৷