99
চিৰাংঃ সোমবাৰে কপি উঠিল চিৰাং জিলাৰ ৰাজ পথ৷ ভূমি অধিকাৰ হেৰুৱাৰ আশংকাত দিন পাৰ কৰা হাজাৰ হাজাৰ মানুহৰ ধ্বনিৰে কঁপি উঠিল বিটিএডিৰ চিৰাং জিলাৰ ৰাজপথ৷ আদিবাসী-চাওঁতাল জনগোষ্ঠীৰ হাজাৰ হাজাৰ পুৰুষ-মহিলা-যুৱক-যুৱতীয়ে ভূমিৰ অধিকাৰ বিচাৰি উত্তাল কৰে ৰাজ পথ। বিটিচি ভূমি নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদ।
