96
শ্বিলংঃ মঙলবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী ৰূপে শপত ললে যুৱ নেতা এনপিপিৰ নেতা কনৰাড চাংমাই। ৰাজ্যপাল গংগা প্ৰসাদে শপত বাক্য পাঠ কৰোৱাই মুখ্যমন্ত্ৰী ৰূপে। ভব্য শপত গ্ৰহণ অনুষ্ঠানত বিজেপিৰ সভাপতি অমিত শ্বাহ আৰু গৃহমন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকে।
#WATCH Oath taking ceremony of Meghalaya CM elect Conrad Sangma and others in Shillong https://t.co/uraKkvfdhQ