ডিজিটেল ডেস্কঃ যোৱা ১০ ফেব্ৰুৱাৰীৰ নিশা জম্মু কাশ্মীৰত সেনাৰ চুঞ্জৱানন সেনাৰ শিবিৰত উগ্ৰপন্থীয়ে ভয়াবহ আক্ৰমণ সংঘটিত কৰিছুল৷ সেনাৰ শিবিৰৰ পিছফালেৰে সন্ত্ৰাসবাদী প্ৰৱেশ কৰে চুঞ্চৱান সেনাৰ শিবিৰত৷ তিনিগৰাকী সন্ত্ৰাসবাদীয়ে আবাসীক এলেকাত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীচালনা কৰে৷
জইচ-ই-মহম্মদে এই কাণ্ড সংঘটিত কৰাছিল এই ঘটনা৷ পুৱা ৪.৫৫ বজাত প্ৰৱেশ কৰি চেন্ট্ৰীক লক্ষ্য কৰি গুলীচলনা কৰে৷ তাৰ পিছতেই ভিতৰত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীচালনা কৰিছিল৷ আক্ৰমণত ১০গৰাকী লোকৰ মৃত্যু হয়৷