64
হোজাইঃ চিলাপথাৰ কাণ্ডৰ মূল অভিযুক্ত সুবোধ বিশ্বাস অসম মুলুক এৰি বাহিৰত নিৰাপদ আশ্ৰয় লৈছে বুলি প্ৰকাশ পোৱাৰ সময়তে গোটেই ঘটনাটোক নতুন ৰূপ দিয়াৰ বাবে ফৰ্মূলা উলিয়াইছে হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে।
স্পৰ্শকাতৰ বিষয়টোক লৈ সমগ্র ৰাজ্য উত্তাল হৈ থকাৰ সময়তে এইবাৰ অযু্ক্তিকৰ যেন লগা মন্তব্য আগবঢ়াইছে বিধায়কজনে৷