61
বন্ধ ঘোষণা, শীত-তাপ নিয়ন্ত্ৰিত গাড়ী-ঘৰত থকাসকলে বুজি নাপাব দধীয়াবাসীৰ ঘা ডোখৰৰ বেদনা
ডিব্ৰুগড়ঃ তেওঁলোকৰ পায় অহা যন্ত্ৰণাৰ ছবিখন বৰ্ণনা কৰা বৰ কঠিন৷ শীত-তাপ নিয়ন্ত্ৰিত গাড়ী-ঘৰত থকা লোকসকলে তেওঁলোকৰ অন্তৰৰ ঘা ডোখৰৰ বেদনা বুজি নাপাব৷ শীত তাপ নিয়ন্ত্ৰিত গাড়ী-ঘৰত থকা সকলে নিৰ্বাচনৰ বৈতৰণী পাৰ কৰিবৰ বাবেহে দুখৰ পজাত থকা মানুহৰ কাষ চাপে৷ তাৰ পিছত তেওঁলোক ডাঙৰ মানুহ হয়৷