60
চিৰাংঃ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত সকলোতকৈ বেছি আঁচনি ৰূপায়ন আৰু ঘোষণা কৰা বিভাগটোৱে আছিল স্বাস্থ্য বিভাগ৷ কেৱল ইটো কৰিম সিটো তৰিম বুলি ঘোষণা কৰাই নহয় মুখ্যমন্ত্ৰী তৰণ গগৈ আৰু তেতিয়াৰ কংগ্ৰেছী স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰাম্য এলেকাত বহু চিকিৎসালয় স্থাপন কৰিছিল৷
