56
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গোৰখপুৰ আৰু ফুলপুৰ সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিয়ে পৰাজয়বৰণ কৰাৰ পাছত যেন দলটোৰ প্ৰতি নেতা-পালিনেতাসকলৰ মোহভংগ হ’বলৈ ধৰিছে৷ এইবাৰ বিজেপি দল ত্যাগ কৰি নেতা স্বামী প্ৰসাদ মৌৰ্যৰ জোঁৱাই নৱাল কিশোৰে হাত মিলালে সমাজবাদীৰ পাৰ্টিৰ সৈতে৷
Lucknow: UP Minister Swami Prasad Maurya's son-in-law Naval Kishore joined Samajwadi Party. pic.twitter.com/oM8CUofpJJ