69
আমগুৰিঃ পথাৰত ধৰফৰাইছে বিলুপ্তপ্ৰায় শগুণ৷ এটাৰ পিছত পৰি ৰৈছে এটা শগুণৰ মৃতদেহ৷ শিৱসাগৰৰ মগৰাহাটত শগুণ নিধনযজ্ঞ চলিছে৷ কৰুণ দৃশ্য প্ৰত্যক্ষ কৰি চকুলো টুকিছে কোনোৱে৷ প্ৰকৃতিৰ জমাদাৰ শগুণ নিধন যজ্ঞই চিন্তিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীক৷