Home ৰাজ্যলজ্জানত হ’ল বটদ্ৰৱা, পঞ্চম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ, জ্বলাই হত্যাৰ চেষ্টা

লজ্জানত হ’ল বটদ্ৰৱা, পঞ্চম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ, জ্বলাই হত্যাৰ চেষ্টা

by News Desk
62 views
A+A-
Reset

নগাঁওঃ আকৌ এবাৰ লজ্জানত হ’ল সভ্য সমাজ৷ নাৰী সুৰক্ষাৰ বাবে একাংশ লোকে ছচিয়েল মিডিয়াত প্ৰচাৰ চলাই থকাৰ সময়তে এইবাৰ নগাঁৱত সংঘটিত হ’ল পুনৰ ধৰ্ষণ কাণ্ড৷ বৰাক উপত্যকাৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ, হত্যাৰ ঘটনাই ৰজ্যত চাঞ্চল্য অব্যাহত থকাৰ সময়তে এইবাৰ নগাঁও জিলাত এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অন্তত হত্যা কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷

কেইগৰাকীমান পুৰুষৰ কামনাৰ বলি হৈ মৃত্যুৰ সৈতে যুঁজ দিব লগা হৈছে পঞ্চম শ্রেণীৰ ছাত্রী তথা ১৩ বছৰীয়া কিশোৰীয়ে৷ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তগর্ত ধনীয়াভেটীৰ লালুং গাঁৱত শুকুৰবাৰে সংঘটিত হৈছে এই ঘটনা। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0