66
আমগুৰিঃ মূগা পলুৰ বাবে বিখ্যাত অসম৷ অসমৰ গাঁৱে-ভূঞে অসম চৰকাৰে পৰিচালনা কৰা অগণন মূগাৰ ফাৰ্ম আছে৷ একালত মূগাৰ ফাৰ্ম সমূহত টাকুৰীৰে সূতা কটাৰ পৰা আৰম্ভ কৰি সকলো কামেই হৈছিল৷ কিন্তু সেই সমূহ লাহে লাহে এৰাবাৰীত পৰিণত হ’ল৷
