ডিজিটেল ডেস্কঃ এগৰাকী কিশোৰ-কিশোৰীয়ে নিজ পিতৃৰ মৃতদেহ ৮ কিঃমিঃ পথ নিজে ঠেলাৰে টানি আনিব লগা হোৱা ঘটনাই ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে৷ এই ঘটনা অসমৰ নহয়৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত৷ উত্তৰ প্ৰদেশৰ বাৰাবংকী জিলাৰ ত্ৰিবেণীগঞ্জৰ৷
#Barabanki: Children carry their father's body home on a rikshaw in absence of a hearse van. Chief Medical Officer Dr. R.Chandra says,'We have 2 hearse vans at district level, the facility isn't availabe at CHC(Community Health Centre) level & body can't be taken in an ambulance' pic.twitter.com/n6A8fncllv