64
তেজপুৰ টাউনঃ অতিথিক দেৱতা জ্ঞান কৰে অসমীয়া মানুহে৷ নিজে নাখাই হলেও অতিথিক উদৰ পূৰাই খুৱাবলৈ উঠিপৰি লাগে অসমীয়াই৷ দৰিদ্ৰ অসমীয়া পৰিয়ালেও আলহীৰ বাবে পৰি মৰে৷ অসম মুলুকৰ নাম আছে অতিথিক আদৰ কৰা বুলি৷
কিন্তু শোণিপুৰত সংঘটিত হোৱা এটি ঘটনাই লজ্জানত কৰিলে অসমীয়াক৷ অসমীয়াৰ ঘৰত অতিথি হৈ আহি হেৰুৱাব লগা হ’ল এখন বাহন৷ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা অসমলৈ অালহী খাবলৈ অাহি হেৰুৱাবলগীয়া হৈছে ব’লেৰ গাড়ী।