78
গুৱাহাটীঃ বুধবাৰে এতিয়া আমাৰ ইয়াত জীয়াই থকাৰে অধিকাৰ নোহোৱা হৈছে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই৷
ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে উলিওৱা এটি সমদলত অংশ লৈ এখন সুৰক্ষিত সমাজ বিচাৰি নাৰী আজি ৰাজপথলৈ ওলাই আহিছো বুলি কৈ বৰষাই এনে এখন আইন লাগে যাতে এনে ঘটনা আমাৰ সৈতে দুনাই নহওক বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷