ৱেব-ছ’চিয়েল মিডিয়াৰ গুৰুত্ব স্বীকাৰ সোণোৱালৰ, তৎকালে ডিআইপিআৰৰ সালসলনিৰ নিৰ্দেশ জাৰি

Home গুৱাহাটীৱেব-ছ’চিয়েল মিডিয়াৰ গুৰুত্ব স্বীকাৰ সোণোৱালৰ, তৎকালে ডিআইপিআৰৰ সালসলনিৰ নিৰ্দেশ জাৰি

ৱেব-ছ’চিয়েল মিডিয়াৰ গুৰুত্ব স্বীকাৰ সোণোৱালৰ, তৎকালে ডিআইপিআৰৰ সালসলনিৰ নিৰ্দেশ জাৰি

by News Desk
68 views
A+A-
Reset

গুৱাহাটীঃ সাম্প্ৰতিক সময়ত ছপা আৰু বৈদ্যুতিন মাধ্যমৰ লগতে ৱেব আৰু ছ’চিয়েল মিডিয়াৰ গুৰুত্ব দিনে দিনে বাঢ়ি অহাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ক নতুন নীতি-নিয়ম নিৰ্ধাৰণ কৰি বিভাগটো পুনৰ্গঠন কৰাৰ নিৰ্দেশ দিছে। ডিআইপিআৰক অধিক কাৰ্যদক্ষ কৰি তোলাৰ বাবে ছ’চিয়েল আৰু ৱেব সংবাদমাধ্যমৰ অৰিহণা স্বীকাৰ কৰি সোণাৱালে কয় যে  সংবাদজগতৰ পৰিৱৰ্তিত ধাৰাৰ সৈতে খাপ খুৱাই চলাটো অপৰিহাৰ্য হৈ পৰিছে।

জনতা ভৱনত মঙলবাৰে বিভাগটোৰ পুনৰীক্ষণ বৈঠকত অধ্যক্ষতা কৰা সোণোৱালে বিভাগটোৰ ন কাৰ্যপন্থা সন্দৰ্ভত এক দীঘলীয়া নিৰ্দেশনাৱলী জাৰি কৰে। বিশ্বজুৰি সংবাদজগতখনত ৱেব আৰু ছ’চিয়েল মিডিয়াই সৃষ্টি কৰা অভুতপূৰ্ব পৰিৱৰ্তনৰ কথা উনুুকিয়াই সোণাৱালে ৰাজ্যখনৰ বিভাগটোকো এই দুই নতুন অথচ শক্তিশালী মাধ্যমক গুৰুত্বসহকাৰে ল’বলৈ নিৰ্দেশ দিয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0