78
গুৱাহাটীঃ নিজৰ পূৰ্বৰ ৰেকৰ্ড ভাঙিলে সঁচা কিন্তু স্বৰ্ণ লাভ নকিৰলে হিমাই। ৪০০ মিটাৰ ৫১.৩২ ছেকেণ্ডত দৌৰি হিমাই ষষ্ঠ স্থান দখল কৰিও আন এক ইতিহাস সৃষ্টি কৰে অসম কন্যাই।
#GC2018Athletics : Hima Das ran in the finals of Women's 400m Final, finishing 6th, Hima clocked 51.32 improving on her personal Best.
Congratulations Hima! #Gc2018 #IndiaAtGoldCoast #CommonwealthGames2018 #CWG2018 pic.twitter.com/3yOdKPIerI