61
তুলসীবাৰীঃ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে চমক সৃষ্টি কৰিলে যদিও ৰাজহুৱা খণ্ডৰ অগ্ৰণী উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপ’লমিল সন্দৰ্ভত কৰা ঘোষণা আৰু কেবিনেট সিদ্ধান্ত কাৰ্যকৰী নহ’ল৷
চৰকাৰ গঠন কৰিয়েই এপ’লমিল পুনৰ কাৰ্যক্ষম কৰিবলৈ প্ৰায় ১০ কোটি টকা দিয়াৰ কথা ঘোষণা কৰিছিল সৰ্বানন্দ সোণোৱাল চৰকাৰে৷ ঘোষণা কৰাৰ পিছতো ২বছৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতহে চৰকাৰ খনে যোৱা ০৭ মাৰ্চত পূঁজি মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছিল কেবিনেটত৷