Home ৰাজ্যজাজৰি, ৰাইদঙীয়া, শিলপুখুৰী সাহিত্য সভাই পালন কৰিলে নিজৰ দিন

জাজৰি, ৰাইদঙীয়া, শিলপুখুৰী সাহিত্য সভাই পালন কৰিলে নিজৰ দিন

by News Desk
109 views
A+A-
Reset

জাজৰিঃ জাজৰি আঞ্চলিক শাখা সাহিত্য সভাই পহিলা বহাগৰ দিনটোত জাজৰি অঞ্চলৰ সমাজ জীৱনৰ সৈতে জড়িত ৮গৰাকী বয়োজেষ্ঠ লোকক নিজ নিজ গৃহলৈ গৈ অসমীয়াৰ অতি আদৰৰ আদৰণি বস্ত্র আৰু অসম সাহিত্য সভাৰ ওলগ পত্রৰে সন্মান যাচি আশীৰ্বাদ গ্ৰহণ কৰে।

শাখাটোৰ সভাপতি ছফিকুল হক, উপ-সভাপতি ৰাহুল দেৱ বৰদলৈ, সম্পাদক মনোজ কুমাৰ মহন্ত, উপদ্দেষ্টা আবুল খায়েৰ আহমেদ, বক্তাৰ হুছেইন, প্ৰাক্তন সম্পাদক হেমন্ত খাটনিয়াৰ, সহকাৰী সম্পাদক জিয়াউৰ ৰহমান, সদস্য দিগন্ত শৰ্মা আৰু সদস্যা নিলোফা বেগমে বৃহত্তৰ জাজৰি অঞ্চলৰ ঢলপুৰীয়াৰ ৯০ উৰ্দ্ধৰ কশেশ্বৰী বৰা, মাজগাঁৱৰ ৮০ উৰ্দ্ধৰ মহেশ লস্কৰ, জাজৰি পাঘালীৰ ৮০ উৰ্দ্ধৰ আলহাজ গহৰ আলি, বৰমণিপুৰৰ আব্দুল মান্নান, গোঁসাইবড়িৰ কনক শইকীয়া, খালৈগাঁৱৰ শিৱকান্ত মহন্ত, ৰহঢলাৰ শিৱৰাম বৰদলৈ আৰু ৬০ উৰ্দ্ধৰ ভালোকমাৰিৰ থগিত চন্দ্ৰ বৰুৱাক ঘৰে ঘৰে গৈ ৰঙালী বিহুৰ ওলগ জনায়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0