Home ৰাজ্যনমামী বিতৰ্ক, অচিৰেই মুকলি হ’ব লুইতৰ নতুন ভিডিঅ’!

নমামী বিতৰ্ক, অচিৰেই মুকলি হ’ব লুইতৰ নতুন ভিডিঅ’!

by News Desk
78 views
A+A-
Reset

গুৱাহাটীঃ  অসমীয়াৰ আদৰৰ ব্ৰহ্মপুত্ৰৰ সৈতে জড়িত প্ৰাচীন সভ্যতা-সংস্কৃতিক বিশ্বৰ আগত দাঙি ধৰাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে আয়োজন কৰা নমামী মহোৎসৱক লৈ আৰম্ভ হৈছে ব্যাপক বিতৰ্ক। একাংশ লোকে এই মহোৎসৱক সমৰ্থন জনোৱাৰ লগতে আন একাংশই আকৌ ইয়াৰ তীব্ৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে। 

মহোৎসৱক লৈ এনে কথাৰ কটা-কটিৰ মজতে বিতৰ্কৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে শীৰ্ষ সংগীতটো। বিগ বি অমিতাভ বচ্চনকে আদি কৰি বলীউডৰ কেবাগৰাকী নামী-দামী তাৰকাৰ সমাহাৰেৰে অসমৰ জনপ্ৰিয় শিল্পী অংগৰাগ মহন্তই নিৰ্মাণ কৰি উলিওৱা সংগীতটোৰ ভিডিঅ’ৰ গুণগত মানক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছে। গীতটোত অসমৰ সৰু-বৰ জনগোষ্ঠীৰ কথা উল্লেখ নথকাৰ লগতে গীতটো নিম্নমানৰ হোৱা বুলিও সৰ্বত্ৰে চৰ্চা দেখা গৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0