Home অন্যান্য খবৰপইতা পালমৰা, কৰ্কৰা লৰ মৰা, তপত দিনটোলৈ শকত

পইতা পালমৰা, কৰ্কৰা লৰ মৰা, তপত দিনটোলৈ শকত

by News Desk
143 views
A+A-
Reset

স্বাস্থ্য ডেস্কঃ বহাগ আগমনৰ বতৰাই চাৰিওফালে যেন উৎকট গ্ৰীষ্মৰ বতৰাও কঢ়িয়াই লৈ ফুৰিছে৷ কুলিৰ মাতত দেহ মন সতেজ হৈ পৰিলেও ইফালে উৎকট গৰমে শান্তি নিদিয়াটো ধুৰূপ৷ ঘামি-জামি ডিহাইড্ৰেট হৈ পৰা শৰীৰটোৰ প্ৰতি এইখিনি সময়তে চকু দিয়াৰ সময়। কিয়নো স্বাস্থ্য ভালে নাথাকিলে মনবোৰো ফৰকাল হৈ নাথাকিব৷ এইখিনিতেই পইতা ভাতৰ জোৰ।

আপোনালোকৰ বহুতেই হয়তো পইতা ভাত খাই ভাল পায়, কিন্তু সুযোগ নাপায়, বা পালেও ক’বলৈ লাজ কৰে। আগৰ দিনত গাৱঁৰ মানুহৰ পইতা ভাত লোভৰ বস্তু আছিল। নিমখ-তেল দি কেঁচা পিয়াজ-জলকীয়াৰ সৈতে পইতা ভাতৰ সোৱাদ কি সেয়া খাওতাই জানে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0