Home ৰাজ্য৮০ কোটিৰ দলং ৮০ হাজাৰ টকাত নিৰ্মাণ, বিফল সাংসদ, মন্ত্ৰী, বিধায়ক, চৰকাৰৰ আঁচনি

৮০ কোটিৰ দলং ৮০ হাজাৰ টকাত নিৰ্মাণ, বিফল সাংসদ, মন্ত্ৰী, বিধায়ক, চৰকাৰৰ আঁচনি

by News Desk
76 views
A+A-
Reset

অভয়াপুৰীঃ স্বাধীন ভাৰতৰ প্ৰতিখন চৰকাৰে জনগণৰ কল্যাণৰ বাবে বহু আঁচনি ৰূপায়ন কৰি আহিছে৷ ৰাজকোষৰ কোটি কোটি টকা ৰাইজৰ বাবে আৱণ্টন দি আহিছে চৰকাৰে৷ কিন্তু চৰকাৰে বিভিন্ন আঁচনি তথা ৰাইজৰ কল্যাণৰ বাবে মুকলি কৰি দিয়া টকাৰ জৰিয়তে ৰাইজৰ কল্যাণ হয়নে তাক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে৷ তাৰ লগে লগে নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে সৰ্ব দিশত উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ভোট আদায় কৰে। 

জনপ্ৰতিনিধিৰ ভুৱা প্ৰতিশ্ৰুতিত ভোল গৈ জনগণে ভোট দি সাংসদ-বিধায়ক নিৰ্বাচন কৰে৷ কিন্তু ৰাইজৰ ভোটত নিৰ্বাচিত প্ৰতিনিধিসকলে পাহৰি যায় ৰাইজক নিজ মুখে দিয়া প্ৰতিশ্ৰুতি সমূহ। বঙাইগাঁও জিলাৰ অভয়াপুৰী দক্ষিণ (অনু) বিধান সভা সমষ্টিৰ আমগুৰী অঞ্চলৰ ৰাইজৰ এতিয়া তেনেই অৱস্থা হৈছে।স্বাধীনতাৰ পিছৰে পৰা আমগুৰী অঞ্চলৰ ৰাইজে বহু আশাৰে ভোট দান কৰি আহিছে যদিও প্ৰতিবাৰে আশাত চেঁচা পানী পৰি আহিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0