Home অন্যান্য খবৰকাছাৰত এগৰাকী যুৱতীক প্ৰথমে ধৰ্ষণ, পিছত হত্যা

কাছাৰত এগৰাকী যুৱতীক প্ৰথমে ধৰ্ষণ, পিছত হত্যা

by News Desk
75 views
A+A-
Reset

কাছাৰঃ সমগ্ৰ দেশৰে লগতে আমাৰ ৰাজ্যখনতো নিতৌ সংঘটিত হ’ব ধৰিছে ধৰ্ষণ, যৌন নিৰ্যাতনৰ ঘটনা৷ ঘৰৰ পৰা ওলালেই এতিয়া নাৰীয়ে সুৰক্ষাক লৈ চিন্তিত হ’ব লগা হয়৷ মহিলা-যুৱতী-কন্যা শিশু প্ৰতিদিনে ধৰ্ষণ, যৌন নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে৷ আনকি চৰকাৰে ধৰ্ষণকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ আইন ব্যৱস্থাইও ৰোধ কৰিব পৰা নাই এনে জঘন্য কাণ্ড৷

দেশৰ ভিভিন্ন প্ৰান্তৰ লগতে যোৱা কেইবাটাও দিনত ধৰ্ষণ তথা হত্যাৰ দৰে বৰ্বৰ, পাশৱিক কাণ্ড সংঘটিত হৈছে অসমতো৷ অসমত কেইবাটাও লজ্জাজনক ঘটনা সংঘটিত হৈছে৷ উজনি-নামনি-বৰাক উপত্যকাত কেইবাটাও ঘটনা সংঘটিত হোৱাৰ সময়তে এইবাৰ কাছাৰ জিলাত সংঘটিত হোৱা পুনৰ এক জঘন্য কাণ্ডই কঁপাই গ’ল মানুহৰ অন্তৰাত্মা৷ এগৰাকী ২০ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি হত্যাৰ কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0