Home ৰাজনীতিকৰ্ণাটকত কিংমেকাৰ দেৱগৌড়াৰ জেডিএছ

কৰ্ণাটকত কিংমেকাৰ দেৱগৌড়াৰ জেডিএছ

by News Desk
105 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ ১১ সংখ্যাক প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ দল জেডিএছ পূৰ্বে অনুমান কৰা অনুসৰিয়ে কৰ্ণাটকৰ কিং মেকাৰ হোৱাৰ দিশে আগবাঢ়িছে৷ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ দলটোৱে বছৰ বছৰ ধৰি ক্ষমতাৰ পৰা দূৰত থাকিব লগা হৈছে যদিও এইবাৰ মিত্ৰজোঁটত থাকি হ’লেও ক্ষমতালৈ অহাৰ সম্ভাৱনাই দেখা দিছে৷

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈছে৷ এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে ৭৩ খন আসনত জয়ী হৈছে আনহাতে ৩২ খন আসনত আগবাঢ়ি আছে৷ কংগ্ৰেছে এতিয়া লৈ ৪০ খন আসনত জয়ী হোৱাৰ লগতে ৩৬ খন আসনত আগবাঢ়ি আছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0