Home ৰাজ্যনাগৰিকত্ব সংশোধনী বিধেয়ক, দুলীয়াজানত জাতীয় কংগ্ৰেছৰ গণস্বাক্ষৰ অভিযান

নাগৰিকত্ব সংশোধনী বিধেয়ক, দুলীয়াজানত জাতীয় কংগ্ৰেছৰ গণস্বাক্ষৰ অভিযান

by News Desk
A+A-
Reset
ef6611f2-e4ec-4abc-b101-8144bd8746f3

newsnextone.com | দুলীয়াজানঃ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰীয়ে৷ সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷

মুঠৰ ওপৰত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এতিয়া জ্বলিব ধৰিছে সমগ্ৰ ৰাজ্য৷ কেন্দ্ৰীয় চৰকাৰৰ অসম বিৰোধী কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিৰোধী কংগ্ৰেছো৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসমত হিন্দু বাংলাদেশ সংস্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কি আছে৷ এইবাৰ বিধেয়কখনৰ বিৰোধিতা কৰি গণ স্বাক্ষৰ অভিযান কৰিছে দুলীয়াজান ব্ল’ক কংগ্ৰেছ কমিতিয়ে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0