Home ৰাজ্যনাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোণাৰি নগৰত কংগ্ৰেছৰ গণ স্বাক্ষৰ সংগ্ৰহ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোণাৰি নগৰত কংগ্ৰেছৰ গণ স্বাক্ষৰ সংগ্ৰহ

by News Desk
81 views
A+A-
Reset

newsnextone.com | সোণাৰিঃ ৰাজ্যৰ আন আন দল-সংগঠনৰ লগতে প্ৰধান বিৰোধী দল কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ প্ৰধান বিৰোধী দল কংগ্ৰেছে প্ৰথমাৱস্থাত বিধেয়কৰ সপক্ষে-বিপক্ষে থাকি দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল যদিও অৱশেষত জনগণৰ মতৰ সৈতে সহৱস্থান কৰিবলৈ বাধ্য হৈ প্ৰতিবাদ নামে৷  

তাৰ বিপৰীতে অসমৰ ৰাইজৰ জনমতক সন্মান প্ৰদৰ্শন নকৰাৰ লগতে প্ৰতিবাদক ইতিকিং তুচ্ছ-তাচ্ছিল্য কৰি আহিছে শাসকীয় বিজেপি দলৰ নেতা-কৰ্মীয়ে৷ কোৱা বাহুল্য ১৫ বছৰৰ কংগ্ৰেছৰ শাসন কালতো একাংশ কংগ্ৰেছ নেতা-কৰ্মীয়ে জনগণে কৰা প্ৰতিবাদক তুচ্ছ-তাচ্ছিল্য কৰিছিল৷ জনমতক সন্মান প্ৰদৰ্শন কৰা নাছিল কংগ্ৰেছেও৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0