Home ৰাজ্যএকালত পথৰ দাতিত চূণ বিক্ৰী কৰা এতিয়াৰ আগশাৰীৰ ব্যৱসায়ী অজয় গগৈক সম্বৰ্ধনা

একালত পথৰ দাতিত চূণ বিক্ৰী কৰা এতিয়াৰ আগশাৰীৰ ব্যৱসায়ী অজয় গগৈক সম্বৰ্ধনা

by News Desk
58 views
A+A-
Reset

newsnextone.com | ডিব্ৰুগড়ঃ তেওঁ দৰিদ্ৰ পৰিয়ালৰ সন্তান আছিল৷ একালত পথৰ দাতিত চূণ বিক্ৰী কৰিছিল ঘৰ চলাবলৈ৷ জন্মৰ পৰাই দৰিদ্ৰতাক ওচৰৰ পৰা দেখা লোকগৰাকীয়ে কেতিয়াও সংগ্ৰাম কৰিবলৈ এৰা নাছিল৷ দৰিদ্ৰতাৰ ওচৰত হাৰ নামানি সংগ্ৰাম কৰি কিবা এটা কৰি দেখুওৱাৰ আশা পুহি ৰখা লোকগৰাকী এতিয়া উজনিৰ আগশাৰীৰ ব্যৱসায়ী৷

সৰু সৰু কামত নিমজ্জিত হৈ সাধনা কৰি এতিয়া আগশাৰীৰ ব্যৱসায়ী৷ পিতৃ-মাতৃৰ উপাৰ্জনেৰে পৰিয়াল নচলে বাবে ডাঙৰ হৈয়ে ব্যৱসায়ত হাত দি পৰিয়াল-পোহপাল দিছিল৷ পুৱাই ভাত সাজ খাই ঘৰৰ পৰা ওলাই গৈ নিতৌ ডাঙৰ মানুহ হোৱাৰ বাবে কৰিছিল সংগ্ৰাম৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0