Home দেশগৌৰৱৰ মুহূৰ্ত, ২৫২ দিনৰ মূৰকত কেৱল মহিলাই পৰিচালনা কৰা ‘তাৰিণী’ আহিল দেশলৈ

গৌৰৱৰ মুহূৰ্ত, ২৫২ দিনৰ মূৰকত কেৱল মহিলাই পৰিচালনা কৰা ‘তাৰিণী’ আহিল দেশলৈ

by News Desk
63 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ বাবে এক বিৰল আৰু গৌৰৱৰ মুহূৰ্ত৷ সোমবাৰে কেৱল মহিলাই পৰিচালনা কৰা যুদ্ধ জাহাজ তাৰিণীয়ে ভ্ৰমণ সামৰি দেশলৈ উভতি আহে৷ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে তাৰিণীৰ সৈতে জৰিত থকা নৌ-সেনাৰ মহিলা বিষয়াক সাক্ষাৎ কৰে আৰু শুভেচ্ছা যাচে৷  ২০১৭ চনৰ ১০ ছেপ্তেম্বৰত যাত্ৰা কৰা আইএনএছভি তাৰিণী সোমবাৰে দেশলৈ উভতি আহে৷ ২৫২ দিনত ২১ হাজাৰ ৬০০ মাইল ভ্ৰমি সোমবাৰে গোৱাৰ তিৰত উপস্থিত হয় তাৰিণী৷

#WelcomeHomeTarini INSV Tarini completes historic Circumnavigation https://t.co/13rGjisP9R pic.twitter.com/rApBYE0UqU

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0