70
চৰাইদেউঃ জলসিঞ্চন বিভাগৰ সচিব কুজেন্দ্ৰ দলেৰ গ্ৰেপ্তাৰে আকৌ এবাৰ উদঙাই দিলে আমোলা-বিষয়াৰ প্ৰকৃত স্বৰূপ। বন বিষয়া মহৎ তালুকদাৰ দৰে অবাধ ধনৰ পাহাৰ গঢ়া দলৈ হৈছে দুৰ্নীতি নিবাৰক শাখাৰ শেহতীয়া চিকাৰ।
দুৰ্নীতিৰ ক্ষেত্ৰখনত মহৎ তালুকদাৰৰ গ্ৰেপ্তাৰতকৈও কুজেন্দ্ৰৰ গ্ৰেপ্তাৰ অধিক গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। কিয়নো চৰকাৰৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱনতে দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে-লোটে ধৰা পৰিছে দুৰ্নীতিৰ নায়ক স্বৰূপ এইগৰাকী বিষয়া।