Home অন্যান্য খবৰকুৱেইটত চাকৰি ! মৰিগাঁৱৰ চাৰি যুৱকক প্ৰবঞ্চনা

কুৱেইটত চাকৰি ! মৰিগাঁৱৰ চাৰি যুৱকক প্ৰবঞ্চনা

by News Desk
74 views
A+A-
Reset

মৰিগাঁওঃ কুৱেইটৰ চাকৰি দিয়াৰ প্ৰলোভনেৰে আঠ লাখ লুটিলে প্ৰৱঞ্চকে৷ মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত কলমৌবাৰীৰ নামা বস্তিৰ নিবাসী মেৰাজৰ ইছলামে লুটিলে আঠ লাখ৷ মৰিগাঁও জিলাৰ ভূৰবন্ধা আৰু জালুগুটিৰ ক্ৰমে মোস্তাক আহমেদ, চাজাহান বাদছাহ, ইমদাদুল ইছলাম আৰু ফিৰোদৰ ৰহমান নামৰ চাৰিজন যুৱকক চাকৰি দিম বুলি প্ৰতিজনৰ পৰা ২ লাখকৈ টকা লৈ আত্মসাৎ কৰে।

এই বিষয়ে মিকিৰভেটা থানাত অৱগত কৰাত কালি মেৰাজুৰক মিকিৰভেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক জেল হাজোতলৈ প্ৰেৰণ কৰে । এই চাৰিযুৱকক কুৱেইটত চাকৰি দিম বুলি যোৱা এবছৰ পূৰ্বে দুই ভাই ককাই মেৰাজুৰ ইছলাম আৰু চাজাহান আলীয়ে কুৱেইটত লৈ গৈছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0