69
কাজিৰঙাঃ অৱশেষত সামান্য সকাহ পালে বোকাখাত অফলা বেলগুৰিৰ সুৰজ কানুৱে। বিগত তিনিমাহ ধৰি শয্যাগত হৈ থকা দৰিদ্ৰ পৰিয়ালৰ যুৱক সুৰজক আজি চিকিৎসা সাহায্য আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে কৃষিমন্ত্ৰী অতুল বৰাই।
উল্লেখ্য যে ১৯ বৰ্ষীয় যুৱকজনে বাংগালুৰুত এটি ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত অৱস্থাতে আকস্মিক দুৰ্ঘটনাত পতিত সংকটজনক অৱস্থাত চিকি९সাধীন হ’বলগীয়া হৈছিল সুৰজ।