120
নতুন দিল্লীঃ কেন্দ্ৰ চৰকাৰক ৰাষ্ট্ৰীয় নাগৰিক উন্নয়নপঞ্জী চমুকৈ এন আৰ চি সন্দৰ্ভত প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অসমৰ যুৱ সাংসদ গৌৰৱ গগৈয়ে। সাংসদজনে আজি লোকসভাত এন আৰ চি বিষয়ক কেবাটাও গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰে।
গাঁও পঞ্চায়তৰ নথিক লৈ উচ্চ ন্যায়ালয়ৰ শেহতীয়া ৰায়ে ৰাজ্যখনৰ ৪৮ লাখ বিবাহিত মহিলাক উদ্বিগ্ন কৰি তুলিছে বুলিও লোকসভাত সদৰী কৰে কলিয়াবৰৰ কংগ্ৰেছ সাংসদজনে।