newsnextone.com | বিহালীঃ বুধবাৰে কেইবাটাও সংগঠনে এনআৰচিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰ৷ এনআৰচি প্ৰস্তুতকৰণত কেইবাটাও আসোৱাহ উল্লেখ কৰি সেই সমূহ সমস্যা সমাধানৰ আহ্বান জনাই সংখ্যালঘু সংগঠন সমূহে৷
সংখ্যালঘু সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতি, অসমৰ এটা সজাতি দলে বুধবাৰে দিনৰ ১ বজাত গুৱাহাটীৰ ভঙাগড়স্থিত কাৰ্যালয়ত NRCৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে আলোচনাত মিলিত হয়।