newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ কৃষক পুনৰ জাগিছে৷ স্বামীনাথন আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰা, উৎপাদন বৃদ্ধি কৰা, সামগ্ৰীৰ উচিত দাম আদিৰ দাবীত শুকুৰবাৰৰ পুৱাৰে পৰা ১০ জুনলৈ চলিব এই আন্দোলন৷ পঞ্জাৱৰ মোগা আৰু ফৰিদকোটত ফল আৰু গাখীৰৰ যোগান বন্ধ কৰি এই আন্দোলন আৰম্ভ কৰিছে কৃষকে৷ পঞ্জাৱৰ কৃষকে উৎপাদিত সামগ্ৰীৰ যোগান বন্ধ কৰাৰ লগতে দেশৰ বহু ৰাজ্যত উৎপাদিত সামগ্ৰীৰ যোগান ১০ দিনলৈ বন্ধ ৰাখিব কৃষকে৷
Punjab: Farmers spill milk on the road during their 10 days 'Kisan Avkash' protest, in Ludhiana's Samrala (Earlier visuals) pic.twitter.com/rh7Fp5uVnl