Home ৰাজ্যক’ত আছে ৰেৱতী ফুকন, শীৰ্ষ আদালতৰ হস্তক্ষেপ, ১৪ দিনৰ ভিতৰত স্থিতি স্পষ্ট কৰিব লাগিব চৰকাৰে

ক’ত আছে ৰেৱতী ফুকন, শীৰ্ষ আদালতৰ হস্তক্ষেপ, ১৪ দিনৰ ভিতৰত স্থিতি স্পষ্ট কৰিব লাগিব চৰকাৰে

by News Desk
61 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ এদিন দুদিন এসপ্তাহ নহয়, ৩৯ দিন হ’ল ৰেৱতী ফুকনৰ সন্ধানহীন হোৱাৰ৷ ৰাজ্যৰ ৰাজধানীৰ পৰা নিৰুদিষ্ট হোৱা এগৰাকী আগশাৰীৰ নাগৰিকৰ সন্ধান উলিয়াবলৈ আজি পৰ্যন্ত সক্ষম হোৱা নাই ৰাজ্যৰ বিয়াগোম এখন চৰকাৰে। নাগৰিকক সুৰক্ষিত কথা আওৰাই থকা চৰকাৰে ৰেৱতী ফুকনক বিচাৰি উলিয়াবলৈ সক্ষম ন’হল।

ৰাজ্যৰ বিভিন্ন দল সংগঠনে প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰাৰ পিছতো ৰাজ্যৰ বিয়াগোম প্ৰশাসনে জ্যেষ্ঠ নাগৰিকগৰাকীক সম্ভেদ উলিয়াব নোৱাৰাত ৰাজ্যৰ নাগৰিক সকলৰ সুৰক্ষাক লৈ সন্দেহত দিন পাৰ কৰিছে ৰাজ্যবাসীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0