Home ৰাজ্যৰাইজৰ ৰুদ্ৰ মূৰ্তিত সেও মানিলে গড়কাপ্তানিৰ অভিযন্তা ভূপেন-ঠিকাদাৰ প্ৰভূই, পুনৰ নিৰ্মাণৰ নিৰ্দেশ

ৰাইজৰ ৰুদ্ৰ মূৰ্তিত সেও মানিলে গড়কাপ্তানিৰ অভিযন্তা ভূপেন-ঠিকাদাৰ প্ৰভূই, পুনৰ নিৰ্মাণৰ নিৰ্দেশ

by News Desk
59 views
A+A-
Reset

newsnextone.com | গোৰেশ্বৰঃ নিৰ্মাণৰ পিছতে চকলা-চকলে এৰি গৈছিল বাইহাটা চাৰিআলি ৰামগাঁও-নাগ্ৰিজুলি পথ৷ দুদিন পূৰ্বে সংঘটিত হৈছিল এই ঘটনা৷ ৰাইজে ওলাই আহি দিছিল প্ৰতিবাদ কৰাৰ হুংকাৰ৷ তাৰ পিছত ৰাইজৰ ৰোষত পৰাৰ ভয়ত অভিযন্তা-ঠিকাদাৰ আহি ওলাল বুধবাৰে৷ ঠিকাদাৰ-অভিযন্তাৰ অহাৰ খবৰ লাভ কৰি সমবেত হ’ল ৰাইজ৷ তাৰ পিছতে ৰাইজৰ এটাৰ পিছত এটা প্ৰশ্ন৷ ৰাইজৰ প্ৰশ্নত উত্তাৰ দিব নোৱাৰি

 নিজৰ গাফিলতি ঢাকিবলৈ অভিযন্তাই ৰাইজক বুজালে বিটুমিন কেনেকুৱা বস্তু৷ ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে ঠিকাদাৰ-অভিযন্তাই৷ ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি কপালৰ ঘাম মচিব লগা হ’ল ঠিকাদাৰ-অভিযন্তাই৷ বুধবাৰে ৰঙিয়া গড়কপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা ভূপেন ডেকা, গোৰেশ্বৰ গডকপ্তানি কাৰ্যালয়ৰ সহঃ অভিযন্তা দীপক মজুমদাৰ আৰু ঠিকাদাৰ প্ৰভু আগৰৱালাই বাইহাটা চাৰিআলি-ৰামগাঁও-নাগ্ৰীজুলি গড়কাপ্তানি পথ পৰিদৰ্শন কৰিবলৈ আহি ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0