বিশ্বকাপ ফুটবলত খেলিব পাৰে ভাৰতে, ফিফা ৰেংকিঙত অগ্ৰগতি

Home অন্যান্য খবৰবিশ্বকাপ ফুটবলত খেলিব পাৰে ভাৰতে, ফিফা ৰেংকিঙত অগ্ৰগতি

বিশ্বকাপ ফুটবলত খেলিব পাৰে ভাৰতে, ফিফা ৰেংকিঙত অগ্ৰগতি

by News Desk
64 views
A+A-
Reset

নতুন দিল্লীঃ ভাৰতীয় ফুটবল ইতিহাসত চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ঘৰুৱা ফুটবল দলটোৱে৷ প্ৰায় দুটা দশকৰ মুৰত ফিফাৰ ৰেংকিঙত ১০১ নং স্থান দখলেৰে দেশখনলৈ সুখবৰ কঢ়িয়াইছে দলটোৱে৷ ফিফাই বৃহস্পতিবাৰে সদৰি কৰা ৰেংকিঙৰ তালিকাত ৩১ টা স্থান আগুৱাই ১০১ নং স্থান দখল কৰি এছিয়া পৰ্যায়ত ১১নং স্থানলৈ উন্নীত হৈছে দলটো৷

এছিয়াৰ দেশসমুহৰ ভিতৰত প্ৰথম স্থানত আছে ইৰান৷ এতিয়া জৰ্ডান ,ওমান আৰু কোৰিয়াৰ দৰে আগশাৰীৰ দলকো চেৰ পেলাইছে দলটোৱে৷ ফুটবল দলটোৰ বাবে আন এক ভাল খবৰ হৈছে সংযুক্ত আৰব এমিৰেটছত ২০১৯ ত অনুষ্ঠিত হ’বলগীয়া এএফছি এছিয়ান কাপত খেলাৰ সুযোগ পাইছে দলটোৱে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0