62
newsnextone.com | নগাঁওঃ বৌদ্ধিক চহৰ নামৰে প্ৰসিদ্ধ নগাঁৱত বুধবাৰে মুকলি কৰা হয় ‘ওডিচি এক্টিং এণ্ড মিউজিক একাডেমী’ নামৰ এখন অভিনয়, সংগীত তথা সাংবাদিকতা শিক্ষা প্ৰতিষ্ঠান৷
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৰণীয় দিন ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি বুধবাৰে এখন সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰে ওডিচি এক্টিং এণ্ড একাডেমীৰ সঞ্চালক বুন বৰাই৷