Home অন্যান্য খবৰভোটজলকীয়াৰ খেতিত অচিন ৰোগ, চিন্তিত কৃষক

ভোটজলকীয়াৰ খেতিত অচিন ৰোগ, চিন্তিত কৃষক

by News Desk
59 views
A+A-
Reset

বৰপথাৰঃ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায়বোৰ গাঁৱতে ভোটজলকীয়া খেতিত বহু যুৱকে আত্মনিয়োগ কৰি নিবনুৱা সমস্যাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক অগ্ৰগতিত অৰিহণা যোগোৱা দেখা গৈছে। বিগত বছৰত বৰপথাৰ, গেলাবিল, বিলগাঁও আদি অঞ্চলত অভিলেখ সংখ্যক ভোটজলকীয়া উৎপাদিত হোৱাটো অসমৰ কৃষিখণ্ডৰ বাবে সুঃখবৰ।

কিন্তু শেহতীয়াভাৱে এইবাৰ খেতি পথাৰত ভোটজলকীয়া গা-গছ আৰু পাত লেৰেলী পৰা এক নতুন বেমাৰে অঞ্চলটোৰ খেতি পথাৰক গুৰুতৰভাবে আক্ৰমণ কৰিছে। উক্ত বেমাৰৰ পৰা ৰক্ষা পাবলৈ ইটোৰ পাছত সিটো কীটনাশক ঔষধ প্ৰয়োগ কৰিও এতিয়ালৈকে কোনো সুফল লাভ কৰিব পৰা নাই খেতিয়কে। এইক্ষেত্ৰত ৰাজ্যৰ কৃষি বিভাগে ৰোগবিধ চিনাক্ত কৰি কৃষকৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0