Home ৰাজ্যVIP বিধায়কৰ সমষ্টি মার্ঘেৰিটাত পথৰ গাঁতত জমা হোৱা পানীত নাও চলালে মন্ত্ৰী হিমন্ত-বিধায়ক ভাস্কৰে

VIP বিধায়কৰ সমষ্টি মার্ঘেৰিটাত পথৰ গাঁতত জমা হোৱা পানীত নাও চলালে মন্ত্ৰী হিমন্ত-বিধায়ক ভাস্কৰে

by News Desk
47 views
A+A-
Reset

newsnextone.com | লিডুঃ ৰাজপথৰ গাঁতত জমা হোৱা পানীত নাৱত উঠিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই৷ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁতত জমা হোৱা পানীত নাও চলাই৷ প্ৰকৃততে এয়াই এক অভিনৱ প্ৰতিবাদহে৷ অসম জাতীয়তবাদী যুৱ-ছাত্ৰ পৰিষদে পথত নাও চলাই এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে বুধবাৰে৷ তিনিচুকীয়া জিলাৰ মাজেৰে পাৰ হৈ যোৱা ৩৮নং ৰাষ্ট্ৰীয় ঘাই পথ দীৰ্ঘ কাল মেৰামতি নকৰাত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ গাড়ী-মটৰ চলাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে৷ যুৱ-ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰি পথটো মেৰামতি কৰিবলৈ দাবী জনায়৷ 

ৰাজ্যৰ মন্ত্ৰী-বিধায়কে বিধায়ক হৈয়ে প্ৰথমে এখন বিলাসী গাড়ী ক্ৰয় কৰ৷ বিধায়ক হোৱাৰ পিছতে তেওলোক VVIP হৈ পৰে৷ VVIP হৈ পৰাৰ ফলত তেওলোকে জীৱন ধাৰণৰ পৰা আৰম্ভ কৰি সকলো সলনি কৰিবলৈ বাধ্য হয়৷ ৰাইজক দিয়া প্ৰতিশ্ৰুতি বোৰো লাহে লাহে পাহৰি যাবলৈ আৰম্ভ কৰে৷ হিন্দু-মুছলমান, জাত-পাতক লৈ ব্যস্ত হৈ থাকিব লগা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0